True and Honest
Browsing Tag

গোৱালপাৰাত নিৰ্মমভাৱে প্ৰহাৰ এজন লোকক

গোৱালপাৰাত নিৰ্মমভাৱে প্ৰহাৰ এজন লোকক, ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’

গোৱালপাৰাৰ জিলাৰ বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত আমবাৰীত সংঘঠিত হৈছে মৰেল পুলিচগিৰিৰ ঘটনা । একাংশ উন্মাদ লোকে উপৰ্যুপৰি আক্ৰমণ চলাইছে এজন লোকৰ ওপৰত । লাঠিৰে অতিকৈ নিৰ্মমভাৱে চলাইছে আক্ৰমন। আব্দুছ ছালাম নামৰ এগৰাকী নিৰীহ লোকৰ ওপৰত এনেদৰে