True and Honest
Browsing Tag

গোলাঘাট

গোলাঘাটত পিতৃ আৰু পুত্ৰই ধৰ্ষণ কৰিলে এগৰাকী নাবালিকাক

গোলাঘাটৰ উৰিয়ামঘাটত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ড । পিতৃ আৰু পুত্ৰৰ যৌন কামনাৰ বলি হ'ল এগৰাকী নাবালিকা ৷ ইতিমধ্যে পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত দুই অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছে উৰিয়ামঘাট আৰক্ষীয়ে ।ধৃত দুয়োৰে ঘৰ উৰিয়ামঘাট থানাৰ অন্তৰ্গত ১ নং