True and Honest
Browsing Tag

গুৱাহাটী প্ৰেছ ক্লাব

গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা অনুষ্ঠিত

গুৱাহাটী: গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা থূলৰ অভাৱত স্থগিত ৰাখিবলগীয়া হয়। প্ৰায় ২০০ জন সদস্য উপস্থিত থকা অনুষ্ঠানত আনুষ্ঠানিক সভাৰ নহ'লেও বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়।