True and Honest
Browsing Tag

অখিল গগৈ

কৰ বৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত অখিল গগৈৰ প্ৰতিবাদ

কৰ বৃদ্ধি কৰাৰ বিৰুদ্ধে গুৱাহাটীত বিধায়ক অখিল গগৈৰ প্ৰতিবাদ। বিধান সভা চৌহদত অভিনৱ প্ৰতিবাদ কৰা দেখা গ'ল বিধায়কগৰাকীক। বিধায়ক অখিল গগৈয়ে অত্যাধিক কৰৰ বোজাৰে সর্বসাধাৰণক সন্ত্রাসিত কৰি তোলা বুলি হিমন্ত বিশ্ব শর্মী নেতৃত্বাধীন বিজেপি চৰকাৰক

ডিব্ৰুগড়ত ৰাইজৰ দলত যোগদান কাৰ্যসূচী

ডিব্ৰুগড় জিলাত ৩০৫ জন বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তি আৰু সাধাৰণ নাগৰিকে ৰাইজৰ দলত যোগদান কৰে। ৪ আগষ্টত ডিব্ৰুগড় নগৰৰ আমোলাপট্টি নাট্য মন্দিৰত অনুষ্ঠিত এক যোগদান সমাৰোহত ৰাইজৰ দলৰ জিলা সমিতিৰ সভাপতি ডঃ অমূল্য আহোমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা