Website Design: dastechnologies
জাৱৰৰ দুৰ্গন্ধ আঁতৰাই ফুলেৰে সুগন্ধি বিলোৱাৰ প্ৰয়াস নগাঁও পৌৰসভাৰ (nagaon municipality)
নগাঁও: নগাঁও চহৰৰ বহু স্থানেৰে যাতায়ত কৰিলে বন্ধ কৰিবলগীয়া হৈছিল নাক। কাৰণ চহৰখনৰ বিভিন্ন স্থানত আছিল জাৱৰৰ দ'ম। কিন্তু এতিয়াৰ পৰা আৰু নাথাকিব পূৰ্বৰ সেই পৰিবেশ। পূৰ্বৰ দুৰ্গন্ধময় স্থানেৰে যাতায়ত কৰিলে এতিয়াৰ পৰা নাক কোচ খোৱাৰ!-->…