True and Honest
Browsing Tag

Junmoni Rabha

জোনমনি ৰাভাৰ মৃত্যুৰ ৰহস্য ভেদৰ দায়িত্ব চিবিআই ক অৰ্পণ কৰাৰ সম্ভাৱনা

যোৱা ১৬ মে'ত হঠাৎ আৰক্ষী বিষয়া জোনমনি ৰাভাৰ দূৰ্ঘটনাত পতিত অৱস্থাত মৃতদেহ আৱিস্কাৰ হোৱাৰ পাচতে নিতৌ পোহৰলৈ আহিছে নতুন নতুন তথ্য।সম্প্ৰতি চি আই ডি এ তদন্ত অব্যাহত ৰখা ঘটনাটো হত্যা, আত্মহত্যা নে দূৰ্ঘটনা সকলোবোৰ সন্দেহৰ আৱৰ্তত।আৰক্ষীৰো