Website Design: dastechnologies
যোৰহাটৰ মৰিয়নীত ৰে’লৰ খুন্দাত হাতী পোৱালিৰ মৃত্যু
নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত এটা হাতীৰ পোৱালিৰ মৃত্যু হয় ৷ যোৰহাট জিলাৰ মৰিয়নীত সংঘটিত হয় এই শোকাৱহ দূৰ্ঘটনাটো ৰে'ল গাড়ীখনে প্ৰায় ৫০ মিটাৰ অধিক পথ চোচৰাই লৈ যায় হাতী পোৱালিটোক ৷ উক্ত দুৰ্ঘটনাত আৰু হাতী ৰেলৰ খুন্দাত আঘাতপ্ৰাপ্ত হোৱাৰ!-->…