Website Design: dastechnologies
হাতীগাঁও আৰক্ষীৰ জালত ATM swappers Gang
গুৱাহাটী, ১৬ অক্টোবৰ : গুৱাহাটী আৰক্ষীৰ এক সাফল্য় । হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই ছয় জনকৈ প্ৰৱঞ্চকক (ATM swappers Gang) আটক কৰিছে । দলটোৰ পৰা ৮৮ খন এটিএম কাৰ্ড, ৩টা পিঅ'এছ মেচিন, ৪খন গাড়ী, ১০ টা মোবাইল ফোন আৰু ₹১৫,০০০ নগদ ধন উদ্ধাৰ কৰা!-->…