Website Design: dastechnologies
হাজো আৰক্ষী থানাত মুৰ্গী হত্যাকাৰীৰ বিৰুদ্ধে এজাহাৰ
এখন এজাহাৰ আৰু ৫টা লোকেল মুৰ্গীৰ মৃতদেহ লৈ হাজো আৰক্ষী থানাত উপস্থিত হ'ল এগৰাকী মহিলা । ৩ হত্যাকাৰী ছৰিফুল, হাছিনা, আৰু ইক্রাম নামৰ তিনিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল তছলিমা বেগম নামৰ মহিলাগৰাকীৰ। হত্যাকাণ্ডৰ স্থান হাজোৰ দক্ষিণ বৰ্ণি । ঘটনা!-->…