Website Design: dastechnologies
হাইলাকান্দিত উদ্ধাৰ বিলুপ্ত প্ৰজাতিৰ ৭টা কলা বান্দৰ
হাইলাকান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৭টা কৈ বিলুপ্ত প্ৰজাতিৰ কলা বান্দৰ বা Ape । সোমবাৰ নিশা আনুমানিক ৯ বজাত স্থানীয় জামিৰা আৰক্ষী চকিৰ নাকা চেকিংত এটা ট্ৰাকৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে বান্দৰ কেইটা । মিজোৰামৰ পৰা অহা এটা ট্ৰাকৰ ভিতৰত!-->…