Website Design: dastechnologies
গুৱাহাটীৰ সমীপৱৰ্তী মাজিৰগাঁৱত চতুৰ্থ বাৰ্ষিক হনুমান পূজাৰ আয়োজন
গুৱাহাটীৰ সমীপৱৰ্তী মাজিৰগাঁৱত চতুৰ্থ বাৰ্ষিক হনুমান পূজাৰ আয়োজন কৰা হৈছে । প্ৰতি বছৰৰ দৰে এইবেলিও পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তর্গত পলাশবাৰীৰ মাজিৰগাঁও (পুলৰমুখ)ত আয়োজন কৰা হৈছে চতুৰ্থ বাৰ্ষিক হনুমান পূজা৷ পলাশবাৰী আঞ্চলিক হৰিহৰ আশ্ৰমত অহা!-->…