Website Design: dastechnologies
সোণাপুৰত ডিমৰীয়া আছুৰ প্ৰতিবাদ
অবৈধ পাহাৰ খননৰ বিৰুদ্ধে এই প্ৰতিবাদ।
সোনাপুৰ: ডিমৰীয়াৰ বিভিন্ন অঞ্চলত চলি থকা অবৈধ পাহাৰ খননকলৈ এইবাৰ সৰৱ হৈ উঠিছে ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা। ২৩ জানিৱাৰী সোমবাৰে ছাত্ৰ সংগঠনটোৰ সদস্য সকলে সোণাপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ!-->!-->!-->…