Website Design: dastechnologies
যোৰহাটত নাহৰফুটুকীৰ আক্ৰমনত আহত কেইবাজনো লোক
যোৰহাটৰ বৰ্ষা বন গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত (Jorhat Rain Forest Research Institute) নাহৰফুটুকীৰ আক্ৰমন । আক্ৰমনত আহত ৫ জনকৈ লোক । ২৬ ডিচেম্বৰ সোমবাৰে দিনৰ ভাগত সংঘটিত হৈছে এই ঘটনা । সঠিক সময়তে উপস্থিত হৈছিল বন বিভাগৰ লোক । ঘটনাত আহত হৈছে বন!-->…