Website Design: dastechnologies
বিণিময় প্ৰথা অক্ষুন্ন ৰাখি আয়োজন কৰা হৈছে জোনবিল মেলাৰ
পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ মহামিলনৰ ঐতিহাসিক জোনবিল মেলা। য'ত আজিও জীয়াই ৰখা হৈছে বিণিময় প্ৰথা। এই প্ৰথা অনুসৰি পাহাৰ আৰু ভৈয়ামৰ লোকসকলে উভয়ে সামগ্ৰীৰ সাল-সলনি বা বিনিময় কৰে ৷ পৰম্পৰাগতভাৱে চলি অহা এই প্ৰথাই আজিকোপতি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই!-->…