True and Honest
Browsing Tag

গোৱালপাৰা

দিন দুপৰতে গোৱালপাৰাৰ লক্ষীপুৰত  বন্যহস্তীৰ আক্ৰমনত তিনি নিহত: elephant attack in assam

অসমত পুনৰ হাতীৰ আক্ৰমনৰ ঘটনা সংঘটিত হৈছে।( elephant attack in assam) বন্যহস্তীৰ বৃহৎ জাকে ৰাজপথত বাহনৰ ওপৰত চলালে ভয়ংকৰ আক্ৰমণ । গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ 12নং ৰাজ্যিক ঘাইপথৰ ওপৰত দিন দুপৰতে বন্য হস্তীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা ।