Website Design: dastechnologies
- জ্ঞানপীঠ বটা বিজয়ী কাব্যঋষি নীলমনি ফুকন অসুস্থ
- প্ৰথমতে ব্য়ক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল কবিগৰাকীক
- নীলমনি ফুকনক পাচত চিকিৎসকৰ পৰামৰ্শ অনুসৰি জিএমচিএইচত ভৰ্তি
- কেইবাজনো চিকিৎসকৰ নীৰিক্ষণত আছে কবি নীলমনি ফুকন
- চিকিৎসালয়ৰ পঞ্চম মহলাত চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ দিয়ে চিকিৎসালয়খনৰ অধ্য়ক্ষ অভিজিত শৰ্মাই