কবি নীলমনি ফুকন অসুস্থ

0
  • জ্ঞানপীঠ বটা বিজয়ী কাব্যঋষি নীলমনি ফুকন অসুস্থ
  • প্ৰথমতে ব্য়ক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল কবিগৰাকীক
  • নীলমনি ফুকনক পাচত চিকিৎসকৰ পৰামৰ্শ অনুসৰি জিএমচিএইচত ভৰ্তি
  • কেইবাজনো চিকিৎসকৰ নীৰিক্ষণত আছে কবি নীলমনি ফুকন
  • চিকিৎসালয়ৰ পঞ্চম মহলাত চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ দিয়ে চিকিৎসালয়খনৰ অধ্য়ক্ষ অভিজিত শৰ্মাই
    Leave A Reply