True and Honest

তেজপুৰত আপৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সম্পন্ন

লোকসভা নিৰ্বাচনৰ বাবে ১৬ জনীয়া সদস্যৰ এক 'লোকসভা পৰ্যৱেক্ষণ গোট' গঠন তেজপুৰ : দেওবাৰে তেজপুৰত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সভাত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ, বিৰোধীৰ ৰাজনৈতিক মিত্ৰতা, বিজেপি