True and Honest

নলবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

0 92

নলবাৰী: নলবাৰীৰ ধমধমাৰ প্ৰভাত বাদ্যকৰৰ ঘৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় পৰিয়ালটোৰ চাৰিটাকৈ বাসগৃহ ৷ ৫ ফেব্ৰুৱাৰীৰ সন্ধিয়া হোৱা এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৷ অগ্নিকাণ্ডৰ ফলত গেছ চিলিণ্ডাৰটোও বিস্ফোৰণ হয় বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডত জাহ যায় নগদ ধন , এখন পালচাৰ মটৰ চাইকেল সুত্ৰমতে অগ্নিনিৰ্বাপক বাহিনী আহি পোৱালৈ সম্পূৰ্ণৰূপে ভস্মীভূত হয় পৰিয়ালটোৰ সা সম্পত্তি।

Leave A Reply