True and Honest

ক্ৰিকেটাৰ ৰোহিত শৰ্মাক দেখি কান্দিলে শিশুয়ে

0 73

ক্ৰিকেটাৰ ৰোহিত শৰ্মাক কাষতে দেখি কান্দি উঠিল এটি শিশু । গুৱাহাটীত সোমবাৰ, ৯ জানুৱাৰীত দেখা গ’ল এই দৃশ্য । প্ৰকৃততে, গুৱাহাটীৰ বৰ্ষাপাৰাত হ’বলগীয়া ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ প্ৰথমখন এদিনীয়াৰ বাবে অনুশীলনত আহিছিল ক্ৰিকেটাৰসকল । তেতিয়াই ক্ৰিকেটাৰসকলত ওচৰৰ পৰা চাবলৈ অনুৰাগীয়ে ভিৰ কৰে । ঠিক তেনেসময়তে ৰোহিত শৰ্মাক কাষত দেখি শিশু এটিয়ে কান্দি দিয়ে । তাৰ পাছত ৰোহিত শৰ্মাই শিশুটিৰ ওচৰলৈ যোৱা দেখা যায় । সৱিশেষ চাওঁক এই ভিডিঅ’ত

Leave A Reply