গুৱাহাটী আই আই টিৰ (Guwahati IIT) হোষ্টেলত মৃতদেহ উদ্ধাৰ

গুৱাহাটী: নিশা আই আই টি গুৱাহাটীত(Guwahati IIT)অঘটন। শিক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰ হৈছে প্ৰতিষ্ঠানখনৰ হোষ্টেলত। হোষ্টেলৰ কোঠাৰ ভিতৰত Surya Narayan Premkishore নামৰ ছাত্ৰজনৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়। ঘটনাটো ১৬ চেপ্তেম্বৰৰ আৰু ছাত্ৰজনৰ ঘৰ কেৰেলাত বুলি জানিব পৰা গৈছে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে (assam police)  তদন্ত অব্যাহত ৰাখিছে।

assamassam policedeadbodyguwahatiGuwahati IITthe guwahati
Comments (0)
Add Comment