অসম লোকসেৱা আয়োগ ২০২০ৰ কৃৰ্তিমান শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন গুৱাহাটীৰ চাণক্য আই. এ.এছ একাডেমীৰ

গুৱাহাটী : শেহতীয়াভাৱে ঘোষণা হোৱা অসম লোকসেৱা আয়োগৰ ফলাফলৰ তালিকাত গুৱাহাটিৰ চাণক্য আই. এ.এছ একাডেমীৰ পৰা কৃতকাৰ্যতা লাভ কৰা শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ।
চাণক্য আই. এ.এছ একাডেমীৰ পৰিচালন অংশীদাৰ শ্ৰী কুৰঙ্গনয়নী চেতিয়াই কয়, “ মই আমাৰ শিক্ষাৰ্থীসকলক লৈ গৰ্বিত আৰু তেওঁলোকৰ এই বিশাল কৃতকাৰ্য্যতা দেখি অতি উৎফুল্লিত। তেওঁলোকলৈ আন্তৰিক অভিনন্দন জনাইছোঁ, লগতে মই আমাৰ এ. চি.এছ., এ. আৰ.এছ. আৰু আবকাৰী বিভাগত নিৰ্বাচিত সকলো শিক্ষাৰ্থীক লৈ মই গৰ্বিত। চাণক্য আই. এ.এছ একাডেমীত যোগ দিয়া প্ৰতিজন শিক্ষাৰ্থীৰ মাজত এক সুপ্ত প্ৰতিভা লুকাই থাকে যাক আমি বিচাৰি উলিয়াই শিক্ষাৰ্থীসকল আগুৱাই যোৱাত সহায় কৰিবলৈ চেষ্টা কৰোঁ।”

assamchanakya ias academychanakya ias academy felicitated to successful candidate of apscguwahatithe guwahatiঅসম লোকসেৱা আয়োগ ২০২০ৰ কৃৰ্তিমান শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন গুৱাহাটীৰ চাণক্য আই. এ.এছ একাডেমীৰ
Comments (0)
Add Comment